গঁড়ৰ মুক্ত বিচৰণত ভীতিগ্ৰস্ত দিখৌমুখবাসী

By

Published : Dec 11, 2021, 10:55 PM IST

thumbnail

শিৱসাগৰ জিলাৰ দিখৌমুখৰ ৰূপহীমুখত গঁড়ৰ মুক্ত বিচৰণ । কেইবাজনো গঞাই দুটাকৈ গঁড়ৰ মুক্ত বিচৰণ প্ৰতক্ষ্য কৰাৰ পিছত শুকুৰবাৰে নিশ্চিতি দিলে শিৱসাগৰ আঞ্চলিক বন বিষয়াই । বন বিভাগৰ অনুসন্ধানত গঁড়ৰ খোজৰ চিহ্ন পোৱাৰ পিছত এতিয়াও ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া হাবিতলীয়া ঠাইত গঁড় দুটাই বিচৰণ কৰি থকাৰ সন্দেহ কৰা হৈছে ৷ গঁড়ৰ বিচৰণৰ খবৰ লাভৰ পিছতে ভীতিগ্ৰস্ত হৈ গাঁওবাসী ঘৰৰ ভিতৰতে আৱদ্ধ হৈ আছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.