কৰিমগঞ্জত ৰক্তদান কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে

By

Published : Sep 27, 2021, 2:16 PM IST

thumbnail

সমগ্ৰ দেশতে 20 দিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭১সংখ্যক জন্ম জয়ন্তী ৷ প্ৰধানমন্ত্ৰীগৰাকীৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি কৰিমগঞ্জ জিলা বিজেপি যুৱ মৰ্চাৰ উদ্যোগত সোমবােৰে কৰিমগঞ্জ জিলা বিজেপি কাৰ্যালয়ত এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয় ৷ এই ৰক্তদান শিবিৰতে ৰক্তদান কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৷ এই শিবিৰতে মন্ত্ৰীগৰাকীয়ে গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগত ব্যাপক সংস্কাৰ সাধন কৰা হৈছে আৰু ইয়াৰ দ্বাৰা সাধাৰণ ৰাইজ যথেষ্ট লাভান্বিত হৈছে বুলি সাংবাদিকৰ আগত মন্তব্য় কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.