তৰুণ গগৈ মোৰ অভিভাৱকেই নহয় বিবেক ৰক্ষক আছিল : প্ৰদ্যুত বৰদলৈ

By

Published : Nov 23, 2020, 9:22 PM IST

thumbnail

অনন্ত ধামলৈ গতি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ মৃত্যুত নিজৰ অনুভৱ ব্যক্ত নগাওঁ লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ ৷ প্ৰয়াত জেষ্ঠ কংগ্ৰেছী নেতা গৰাকীক নিজৰ অভিভাৱক আছিল বুলি মন্তব্য একালৰ গগৈৰ মন্ত্ৰীসভাৰ সদস্য তথা শক্তি মন্ত্ৰী প্ৰদ্যুত বৰদলৈৰ ৷ কেৱল অভিভাৱকেই নহয় বিভিন্ন সময়ত তেওঁক মাৰ্গ দৰ্শন কৰোৱা এগৰাকী বিবেক ৰক্ষক আছিল বুলিও সাংসদগৰাকীয়ে মন্তব্য কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.