ফনীধৰ তালুকদাৰ গাদ্দাৰ: আজমল

By

Published : Oct 23, 2021, 10:40 PM IST

thumbnail

বি জে পিয়ে সপোন দেখি আছে, দেখি থাকক । ফনীধৰ তালুকদাৰ গাদ্দাৰ, বদমাছ, মিছলীয়া ৷ আমাক গাদ্দাৰী কৰিছে । আজি ভবানীপুৰৰ নকুচি বজাৰত এ আই ইউ ডি এফৰ প্ৰাৰ্থী জুব্বাৰ আলীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰে এ আই ইউ ডি এফৰ প্ৰধান বদৰুদ্দিন আজমলে ৷ সভাত আজমলৰ লগতে বিধায়ক ৰফিকুল ইছলাম আৰু আচৰাফুল হুছেইন উপস্থিত থাকে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.