আজি পবিত্ৰ ঈদ-উদ-জোহা

By

Published : Aug 1, 2020, 10:03 AM IST

thumbnail

আজি পবিত্ৰ ঈদ-উদ-জোহা অথবা ঈদ-উদ-আজহা ৷ সমগ্ৰ বিশ্বতে ইছলাম ধৰ্মাৱলম্বী লোকসকল পালন কৰিছে ত্যাগৰ প্ৰতিভূ স্বৰূপ এই উৎসৱটি । নিজৰ প্ৰিয় সম্পদ এটি এই দিনটোত আল্লাৰ চৰণত অৰ্পন কৰে মুছলমান সকলে ৷ প্ৰতিবছৰে এই উৎসৱ ইছলাম ধৰ্মীয় লোকসকলে উলহ মালহৰে পালন কৰে যদিও বৰ্তমানে কৰ’না মহামাৰীৰ বাবে এই ঈদ উৎসৱ অনুষ্টূপীয়াকৈ পালন কৰা দেখা গৈছে । যিহেতু ঈদগাহ-মছজিদ সমূহত সমজুৱাকৈ ঈদৰ নামাজ পঢ়া নিষেধাজ্ঞা কৰা হৈছে । সেয়েহে পৱিত্ৰ ঈদৰ নামাজ ঘৰতে সম্পন্ন কৰি যোৰহাটৰ সাংবাদিক নেকিব আহমেদে পৰিয়াল সহ এই দৰে আজান পীৰ চাহেবৰ জিকিৰ গীত পৰিৱেশন কৰিলে । কিয়নো এই জিকিৰত আছে মাদুৰীহনা সুৰ আৰু আধ্যাত্মিক তত্ত্ব । সকলো লৈকে ইটিভি ভাৰতৰ তৰফৰ পৰাও জনালো ঈদ মোবাৰক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.