কমলাক্ষ দে’ পুৰকায়স্থৰ ভোটাধিকাৰ সাব্যস্ত

By

Published : Apr 1, 2021, 10:03 AM IST

thumbnail

ৰাজ্যত ইতিমধ্যে আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ 39 টা সমষ্টিত পুৱা প্ৰায় 7 বজাৰ পৰা আৰম্ভ হৈছে ভোটদান ৷ উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী কমলাক্ষ দে’ পুৰকায়স্থই কৰিমগঞ্জৰ সুভাষ বাণী পীঠ প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত সাব্যস্ত কৰে গণতান্ত্ৰিক অধিকাৰ ৷ উল্লেখ্য যে, উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী কমলাক্ষ দে’ পুৰকায়স্থৰ মূল প্ৰতিদ্বন্দ্বী হৈছে বিজেপি প্ৰাৰ্থী মানস দাস ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.