চাৰি মাহৰ অন্তত পুনৰ আৰম্ভ হ’ল নৈশ বাছ সেৱা

By

Published : Sep 3, 2021, 9:34 AM IST

thumbnail

ৰাজ্য চৰকাৰৰ নতুন SOPত জাৰি কৰা নিৰ্দেশ মৰ্মে বুধবাৰৰ সন্ধিয়াৰে পৰা 100 শতাংশ যাত্ৰীৰে আৰম্ভ হৈছে নৈশ বাছ সেৱা । অৱশ্যে নৈশ বাছসমূহে যাত্ৰীৰ ভাড়া বৃদ্ধি নকৰাৰ লগতে গাড়ী চিটসমূহ চেনিটাইজ কৰা বুলি জানিব পৰা গৈছে । যাত্ৰীসকলৰ লগতে চালক-হেণ্ডিমেনসকলে মাস্ক পৰিধান কৰি ক’ভিড(Covid) প্ৰট'কল মানি চলা পৰিলক্ষিত হৈছে । ক’ভিড মহামাৰীৰ বাবে বিগত চাৰি মাহে বন্ধ হৈ থকা নৈশ বাছসমূহৰ টায়াৰ, বাতানুকুল যন্ত্ৰ আদিৰ ক্ষতি হোৱাৰ কথা সদৰী কৰে চালকসকলে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.