নীতি-নিয়ম কঠোৰ হ’ব পাৰে; কিন্তু ৰাজ্যত নহয় লক ডাউন

By

Published : Jan 6, 2022, 7:55 PM IST

thumbnail

ৰাজ্যৰ ক'ভিড পৰিস্থিতি ক্ৰমাৎ বেয়াৰ ফালে গতি কৰিছে । দিনক দিনে বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা (Covid cases increase in Assam) । বিশেষকৈ পহিলা জানুৱাৰীৰ পৰা সংক্ৰমণৰ হাৰ দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে । ইফালে ৰাজ্যত প্ৰৱেশ ঘটিছে অ'মিক্ৰণৰ (Omicron case in Assam) । ইতিমধ্যে অসমত দুজন লোকৰ দেহত অ'মিক্ৰণৰ উপস্থিতি ধৰা পৰিছে । বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ৫৯১ গৰাকী লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে । আক্ৰান্তৰ হাৰ ১.৭২ শতাংশলৈ বৃদ্ধি পাইছে (Widely covid infection in Assam) । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে যে, নীতি-নিয়ম কঠোৰ হ’লেও ৰাজ্যত ঘোষণা কৰা নহয় লক্ ডাউন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.