কোনে আছুক বিশ্বাসঘাতক নেতা বনোৱা ফেক্টৰী আখ্যা দিলে !!

By

Published : Feb 23, 2020, 8:48 PM IST

Updated : Feb 23, 2020, 10:20 PM IST

thumbnail

নগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ 'কা' বিৰোধী আন্দোলন । কৃষক মুক্তিৰ 'কা' বিৰোধী আন্দোলনত উপস্থিত থাকে মীৰা বৰঠাকুৰ আৰু মহেন্দ্ৰ হাজৰিকা ৷ আন্দোলনত অংশগ্ৰহণ কৰি আছুক বিশ্বাসঘাতক নেতা বনোৱা ফেক্টৰী বুলি কিয় কলে মীৰা বৰঠাকুৰে ? এপ্ৰিলৰ পূৰ্বেই জেলৰ পৰা ওলাব অখিল গগৈ ! জেলৰ ভাত খোৱাৰ কথা কিয় কলে সংগ্ৰামী শিল্পী মহেন্দ্ৰ হাজৰিকাই ? চাওঁক ইটিভি ভাৰতৰ এই প্ৰতিবেদন ৷

Last Updated : Feb 23, 2020, 10:20 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.