MP Abdul Khaleque Reaction : কংগনা ৰাণাৱট জেহাদীতকৈও ভয়ংকৰ

By

Published : Nov 21, 2021, 2:20 PM IST

thumbnail

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ বিৰুদ্ধে অভিনেত্ৰী কংগনা ৰাণাৱটৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিল বৰপেটাৰ সাংসদ আব্দুল খালেক(MP Abdul Khaleque) ৷ সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত বহুকেইটা বিস্ফোৰক মন্তব্য কৰে সাংসদগৰাকীয়ে ৷ কংগনা ৰাণাৱাট(Kangana Ranaut)ক পদ্মশ্ৰী দিয়াটো ভুল আছিল । প্ৰধানমন্ত্ৰী মোডী(PM Modi)ৰ স্বাধীনতাৰ প্ৰতি যদি নূন্যতম সন্মান থাকে, তেন্তে অবিলম্বে কংগনা ৰাণাৱাটৰ পদ্মশ্ৰী প্ৰত্যাহাৰ কৰিব লাগে । কংগনা ৰাণাৱাট এগৰাকী দেশদ্ৰোহী । যিসকলে স্বাধীনতা সংগ্ৰামক উপলুঙা কৰে, তেওঁলোক জেহাদীত কৈয়ো ভয়ংকৰ । স্বাধীনতা সংগ্ৰামক উপলুঙা কৰা কংগনা ৰাণাৱাট জেহাদীত কৈও ভয়ংকৰ । অৱশ্যে প্ৰধানমন্ত্ৰী মোডীয়ে ঘোষণা কৰা কৃষি আইন(Farm Law) বাতিলৰ সিদ্ধান্তক আদৰণি জনায় সাংসদ আব্দুল খালেকে । চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.