মৰিগাঁৱৰ পৰম্পৰাগত নাওখেলৰ বিজয়ীয়ে পালে এল্ট বাহন

By

Published : Nov 11, 2021, 10:52 PM IST

thumbnail

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুঠ ৭ টা দলে অংশগ্ৰহণ কৰা মৰিগাঁও নেলীৰ ভোগডুবাত পৰম্পৰাগত নাওখেলখনৰ চূড়ান্ত খেলখন বৃহস্পতিবাৰে অনুষ্ঠিত হয় । আবুল কালাম আৰু ইউনুচ আলি দলৰ মাজত অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত ইউনুচ আলিৰ আলিছিঙা দলে বিজয়ী দলৰ খিতাপ অৰ্জন কৰে আৰু আবুল কালামৰ টেঙাগুৰি দলে বিজেতা দলৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় । বিজয়ী দলে প্ৰথম পুৰস্কাৰ হিচাপে লাভ কৰে এখন এল্ট বাহন আৰু বিজেতা দলে লাভ কৰে এখন গ্লেমাৰ বাইক ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.