তেজপুৰত মহালয়াৰ ব্যাপক আয়োজন

By

Published : Oct 6, 2021, 8:44 AM IST

thumbnail

আজি মহালয়া(Mahalaya) ৷ ধৰাৰ বুকুলৈ মা দুর্গা(Durga)ৰ আগমণ ঘাৰ লগে লগে দেশজুৰি বিৰাজ কৰিছে আনন্দ-উল্লাহ । মহালয়া উপলক্ষে তেজপুৰতো আনাৰস বাগান সাৰ্বজনীন দুৰ্গা পূজা(Durga Puja) কমিটীয়ে আয়োজন কৰিছে নৃত্য-গীতৰ । শিল্পী সোণালী সৰকাৰৰ নেতৃত্বত আয়োজন কৰা হৈছে দুৰ্গাৰ আৰাধনা । আনহাতে তেজপুৰ চহৰৰ বিভিন্ন দুৰ্গা পূজাৰ স্থান আৰু দেৱীৰ মন্দিৰতো পুৱাৰ পৰা আৰম্ভ হয় মহালয়াৰ প্ৰস্তুতি ৷ চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.