ৰাজ্যজুৰি কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

By

Published : Oct 11, 2019, 8:01 PM IST

thumbnail

2019 বৰ্ষৰ সংসদৰ শীতকালীন অধিৱেশনত পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পোষকতা কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ ইতিমধ্যেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেইবাবাৰো ঘোষণা কৰিছে কেব গৃহত কৰাৰ কথা ৷ যাৰ বাবে পুনৰ ৰাজ্যত প্ৰাসংগিক হৈ পৰিছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ ৷ শুকুৰবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ |

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.