মৰিগাঁৱত পৰম্পৰাগত ভাৱে উদযাপন ‘কাতি বিহু’

By

Published : Oct 18, 2019, 7:41 PM IST

thumbnail

সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁও জিলা বিভিন্ন প্ৰান্তত পৰম্পৰাগত ভাৱে উদযাপন কাতিবিহু । ব্যতিক্ৰম দেখা নগ’ল মৰিগাঁও দলৈচুবা গাঁৱতো ৷ পথাৰলৈ আহি চাকি বন্তি জলাই নাম কীৰ্তনৰে লখিমীৰ কুশল মঙল কামনা কৰিলে স্থানীয় ৰাইজে ৷ এই সন্দৰ্ভত ইটিভি ভাৰত অসমৰ মৰিগাঁৱৰ সাংবাদিক ৰাতুল ডেকাৰ এক প্ৰতিবেদন ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.