বিশ্বনাথ সমষ্টিৰ ভোটাৰৰ মনৰ কথাৰে জনতাৰ কণ্ঠ...

By

Published : Mar 9, 2021, 2:32 PM IST

thumbnail

76 ন‌ং বিশ্বনাথ বিধানসভা সমষ্টিত বিগত পাঁচ বছৰে প্ৰতিনিধিত্ব কৰি আহিছে বিজেপি বিধায়ক প্ৰমোদ বৰঠাকুৰে ৷ ইয়াৰ পূৰ্বে 2011 চনত অসম গম পৰিষদৰ প্ৰবীণ হাজৰিকাৰ দখলত আছিল সমষ্টিটো ৷ বিগত 5 বছৰত প্ৰমোদ বৰঠাকুৰৰ কাৰ্যকালত ৰাইজ কিমান সন্তুষ্ট আৰু কিমান অসন্তুষ্ট, ৰাইজৰ আশা-আকাংক্ষা এই সকলোবোৰ পুংখানুপুংখভাৱে বিশ্লেষণ কৰাৰ চেষ্টা চলাম এই অনুষ্ঠানৰ দ্বাৰা ৷ এইবাৰ 76 ন‌ং বিশ্বনাথ বিধানসভা সমষ্টিবাসীয়ে কি কয় বিধায়ক প্ৰমোদ বৰঠাকুৰৰ পাঁচ বছৰীয়া কাৰ্যকাল সন্দৰ্ভত ? চাওক ইটিভি ভাৰতৰ বিশেষ অনুষ্ঠান জনতাৰ কণ্ঠ...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.