ডিগবৈ সমষ্টিবাসীৰ মনৰ কথাৰে জনতাৰ কণ্ঠ

By

Published : Mar 4, 2021, 12:23 PM IST

thumbnail

তিনিচুকীয়া জিলাৰ অন্যতম সমষ্টি ডিগবৈ সমষ্টিক বিগত পাঁচ বছৰে প্ৰতিনিধিত্ব কৰি আহিছে বিজেপি বিধায়ক সুৰেণ ফুকনে ৷ বিজেপি বিধায়ক গৰাকীৰ প্ৰতিনিধিত্ব কালত সমষ্টিটোৰ বাট-পথৰ কিছু উন্নয়ন হৈছে যদিও সম্পূৰ্ণ প্ৰাপ্য লাভৰ পৰা বঞ্চিত হোৱা বুলি জনাইছে সমষ্টিবাসীয়ে ৷ তাৰোপৰি চৰকাৰৰ বিভিন্ন স্থিতিক লৈও সন্তুষ্ট নহয় ৰাইজ ৷ মূল্যবৃদ্ধি ৰোধ, নিবনুৱা সমস্যা সমাধান আদিৰ ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ হোৱা বুলি জনাইছে ৰাইজে ৷ চাওঁ আহক ৰাইজে কি কয় বিধায়ক সুৰেণ ফুকন আৰু বিজেপি চৰকাৰ সন্দৰ্ভত-

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.