জনতাৰ কণ্ঠ: থাওৰা সমষ্টিৰ উন্নয়নৰ খতিয়ান

By

Published : Mar 3, 2021, 12:43 PM IST

thumbnail

ইটিভি ভাৰতৰ নিৰ্বাচন বিশেষ অনুষ্ঠান জনতাৰ কণ্ঠ ৷ এই অনুষ্ঠানৰ জৰিয়তে আমি খবৰ ল'ম অসমৰ প্ৰতিটো সমষ্টিৰ ভোটাৰৰ ৷ বিগত 5 বছৰত সোণোৱাল চৰকাৰৰ কাৰ্যকালত ৰাইজ কিমান সন্তুষ্ট আৰু কিমান অসন্তুষ্ট, ৰাইজৰ আশা-আকাংক্ষা এই সকলোবোৰ পুংখানুপুংখভাৱে বিশ্লেষণ কৰাৰ চেষ্টা চলাম এই অনুষ্ঠানৰ দ্বাৰা ৷ কুশল দুৱৰীয়ে প্ৰতিনিধিত্ব কৰা থাওৰা সমষ্টিৰ ভোটাৰে আগন্তুক সময়ত কি বিচাৰে ? বিগত চাৰিটা কাৰ্যকাল থাওৰা সমষ্টিৰ বিধায়ক হৈ আছে কুশল দুৱৰী ৷ ভোটাৰ কিমান আশ্বস্ত এই গৰাকী জনপ্ৰতিনিধিক লৈ ? তাৰেই এক পৰ্যালোচনা ৷ চাওঁ আহক এই প্ৰতিবেদনত ...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.