লখিমপুৰ সমষ্টিবাসীৰ মনৰ কথাৰে জনতাৰ কণ্ঠ

By

Published : Mar 24, 2021, 4:04 PM IST

thumbnail

ৰাজ্যৰ এটি গুৰুত্বপূৰ্ণ সমষ্টি হৈছে 111 নং লখিমপুৰ সমষ্টি ৷ এইবাৰ লখিমপুৰ সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 1,85,820 গৰাকী ৷ ইয়াৰ ভিতৰত পুৰুষ ভোটাৰ 93,513 জন আৰু মহিলা ভোটাৰ 92,307 গৰাকী ৷ অগপ প্ৰাৰ্থী উৎপল দত্তই প্ৰতিনিধিত্ব কৰা এই সমষ্টিটোত পাঁচ বছৰে কি কি উন্নয়ন হ’ল ? চৰকাৰৰ কাৰ্য-কলাপক লৈ ৰাইজ কিমান সন্তুষ্ট, সেয়া জানিবলৈ লখিমপুৰ সমষ্টিবাসীৰ মনৰ কথাৰে চাওক জনতাৰ কণ্ঠ...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.