চামগুৰি সমষ্টিৰ ভোটাৰৰ মনৰ কথাৰে আজিৰ জনতাৰ কণ্ঠ

By

Published : Feb 28, 2021, 5:33 PM IST

thumbnail

ইটিভি ভাৰতৰ নিৰ্বাচন বিশেষ অনুষ্ঠান "জনতাৰ কণ্ঠ" ৷ এই অনুষ্ঠানৰ জৰিয়তে আমি খবৰ ল'ম অসমৰ প্ৰতিটো সমষ্টিৰ ভোটাৰৰ ৷ বিগত 5বছৰত সোণোৱাল চৰকাৰৰ কাৰ্যকালত ৰাইজ কিমান সন্তুষ্ট আৰু কিমান অসন্তুষ্ট,ৰাইজৰ আশা-আকাংক্ষাএই সকলোবোৰ পুংখানুপুংখভাৱে বিশ্লেষণ কৰাৰ চেষ্টা চলাম এই অনুষ্ঠানৰ দ্বাৰা ৷ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনে প্ৰতিনিধিত্ব কৰা চামগুৰি সমষ্টিৰ ভোটাৰে আগন্তুক সময়ত কি বিচাৰে?বিগত চাৰিটা কাৰ্যকাল চামগুৰি সমষ্টিত বিধায়ক হৈ আছে ৰকিবুল হুছেইন ৷ ভোটাৰ কিমান আশ্বস্ত এই গৰাকী জনপ্ৰতিনিধিক লৈ ? তাৰেই এক পৰ্যালোচনা ৷ চাওঁ আহক এই প্ৰতিবেদনত ...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.