পূৱ গুৱাহাটী সমষ্টিবাসীৰ মনৰ কথাৰে আজিৰ জনতাৰ কণ্ঠ

By

Published : Mar 11, 2021, 5:20 PM IST

thumbnail

ৰাজ্যৰ এটা এতি গুৰুত্বপূৰ্ণ সমষ্টি হৈছে পূৱ গুৱাহাটী সমষ্টি ৷ দীৰ্ঘ সময় ধৰি কংগ্ৰেছৰ দখল আছিল এই সমষ্টিটো ৷ কিন্তু 2016 চনৰ মোডী ঢৌৱে সলনি কৰে সমষ্টিটোৰ ৰাজনৈতিক সমীকৰণ ৷ কিয়োনো সমষ্টিটো সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নেতৃত্বত বিজেপিৰ দখললে যায় ৷ সমষ্টিটো 7 বাৰ কংগ্ৰেছৰ দখলৰত বিপৰীতে অগপৰ দখলত 2 বাৰ জনতা দলৰ দখলত 1 বাৰ আৰু 1 বাৰ বিজেপিৰ দখলত আছে ৷ বিগত ৫ বছৰত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ প্ৰতিনিধিত্ব কালত সমষ্টিটোত কি কি পৰিবৰ্তন হ'ল আৰু 21 ত সমষ্টিটোৰ ৰাইজে কি বিচাৰে তাৰে এক খতিয়ান আজিৰ জনতা কণ্ঠত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.