সোণাৰি আৰক্ষী এতিয়া ব্যস্ত পেৰেড অনুশীলনত...

By

Published : Aug 14, 2021, 12:41 PM IST

thumbnail

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস সমাগত ৷ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিবলৈ সমগ্ৰ দেশৰ লগতে চৰাইদেউ জিলাৰ সোণাৰিতো চলিছে ব্যাপক প্ৰস্তুতি ৷ কৰ'ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত ক্ৰমাগতভাৱে এইবেলিও আনুষ্ঠানিক কাৰ্যসূচী কিছু হ্ৰাস পাব ৷ তাৰ মাজতে চৰকাৰী তথা বেচৰকাৰীভাৱে স্বাধীনতা দিৱস পালন কৰিবলৈ প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে ৷ সমান্তৰালকৈ তিনিৰঙী জাতীয় পতাকা উপলব্ধ হৈছে বজাৰত ৷ ক’ভিড সম্পৰ্কীয় প্ৰট’কল মানি এই দিৱস উদযাপনৰ সকলো প্ৰস্তুতি এতিয়া তুংগত উঠিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.