বিধায়ক গুৰুজ্যোতি দাসৰ মনোনয়ন দাখিল

By

Published : Mar 11, 2021, 5:12 PM IST

thumbnail

মঙলদৈ সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপি প্ৰাৰ্থী তথা বৰ্তমানৰ বিধায়ক গুৰুজ্যোতি দাসে ৷ সহস্ৰাধিক সমৰ্থকৰ সৈতে মঙলদৈৰ ভেবাৰঘাটৰ পৰা আৰম্ভ কৰি চহৰৰ মাজমজিয়াৰে বিশাল সমদল বাহিৰ গুৰুজ্যোতি দাসৰ ৷ নিৰ্বাচনত বিজয় নিশ্চিত বুলি মন্তব্য দাসৰ ৷ মঙলদৈ বুঢ়াগোঁহাই শিৱ মন্দিৰত সেৱা জনাই দৰঙৰ উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে গুৰুজ্যোতি দাসে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.