সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি পালন কৰা হ'ল গান্ধী জয়ন্তী

By

Published : Oct 2, 2021, 9:37 PM IST

thumbnail

অহিংসা নীতিৰে সমগ্ৰ বিশ্বতে সুকীয়া পৰিচয় দাঙি ধৰা মহামানৱ মহাত্মা গান্ধীৰ আজি 152 সংখ্যক জন্ম জয়ন্তী ৷ জন্ম জয়ন্তী উপলক্ষে সমগ্ৰ দেশৰ লগতে অসমতো জাতিৰ পিতা গৰাকীক স্মৰণ কৰি চৰকাৰী-বেচৰকাৰীভাৱে আয়োজন কৰা হয় বিভিন্ন কাৰ্যসূচী ৷ বাক্সা, বৰপথাৰ, বৰপেটা, ডিব্ৰুগড়, গোলাঘাট, হোজাই,জনীয়া, যোৰহাট, কাৰ্বি আংলং আৰু নলবাৰীকে ধৰি ৰাজ্যৰ প্ৰতিখন জিলাতে পালন কৰা হয় গান্ধী জয়ন্তী ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.