পথাৰত দাৱনীৰ ঠাই ল’লে অত্যাধুনিক ৰেপাৰে

By

Published : Nov 9, 2021, 8:36 AM IST

thumbnail

আমগুৰিৰ দিখৌমুখ পথাৰত এতিয়া ৰেপাৰ যন্ত্ৰৰ সহায়ত ধান কটাত ব্যস্ত কৃষক । কম খৰচ, কম সময় আৰু অত্যাধিক শ্ৰম লাঘৱ কৰি পথাৰত ব্যৱহাৰ হোৱা পৰিলক্ষিত হ’ল ৰেপাৰ যন্ত্ৰ । এদিনত প্ৰায় ১০/১২ বিঘা ধান কাটিব পৰা এই যন্ত্ৰৰ সহায়ত কৃষকে আৰ্থিক ক্ষেত্ৰত সকাহ লাভ কৰিব । কম মূলধনত শস্য চপাব পাৰিব কৃষকে । বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্ৰুত উন্নয়নৰ সময়ত নৱপ্ৰজন্মক কৃষি-কৰ্মৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ৰেপাৰ যন্ত্ৰই বহু পৰিমাণে উৎসাহ যোগাব বুলি আশা কৰা হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.