জনতাৰ কন্ঠঃ নগাঁও সদৰ সমষ্টিৰ খতিয়ান বিচাৰি ইটিভি ভাৰত

By

Published : Dec 8, 2020, 8:35 PM IST

thumbnail

'জনতাৰ কন্ঠ' অনুষ্ঠানটিৰ প্ৰথম খণ্ডৰ সমষ্টিৰ ৰিপ'ৰ্ট কাৰ্ড বিচাৰি ইটিভি ভাৰত উপস্থিত হৈছে নগাঁও জিলাৰ সদৰ সমষ্টি নগাঁৱত ৷ বৰ্তমান সদৰ সমষ্টিটো বিজেপিৰ দখলত আছে ৷ নগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক ডাঃ দুৰ্লভ চমুৱাক 2016 চনৰ বিধানসভা নিৰ্বাচনত পৰাজিত কৰিছিল ৰূপক শৰ্মাই ৷ কিন্তু ৰূপক শৰ্মাই সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰিলে ? সমষ্টিটোত সম-পৰ্যায়ৰ উন্নতি হ'লনে ? সমষ্টিটোৰ সাধাৰণ ৰাইজে ৰূপক শৰ্মাৰ উন্নয়নৰ খতিয়ান কেনেকৈ দাঙি ধৰিলে ৷ এই ক্ষেত্ৰত আমাৰ এক বিশেষ প্ৰতিবেদন ...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.