ক’ভিড প্ৰতিষেধকৰ আৰ্হিত নিৰ্মিত বোকাখাতৰ এখন বিশেষ পূজা মণ্ডপ

By

Published : Oct 13, 2021, 10:58 AM IST

thumbnail

ঢাক-ঢোলৰ মাতত মুখৰিত ৰাজ্যৰ পূজাস্থলীসমূহ । বোকাখাতৰ মেথনি চাহ বাগিচাৰ পূজা মণ্ডপতো দেৱী দুৰ্গাৰ আৰতি কৰাত মতলীয়া হৈছে ভক্তগণ । ১০৫ বছৰ গৰকা মেথনি পূজা মণ্ডপত এইবাৰ ক’ভিড মহামাৰীৰ সজাগতাৰ বাবে বিশেষ আৰ্হিৰে নিৰ্মাণ কৰিছে ক’ভিড প্ৰতিষেধক প্ৰতিকৃতি ৷ ক’ভিডক প্ৰতিহত কৰিবৰ বাবে ল’বলগীয়া সাৱধানতাক প্ৰতীকী ৰূপত দাঙি ধৰাৰ চেষ্টা কৰিছে এই বিশেষ পূজা কমিটিৰ বিষয়-ববীয়াসকলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.