Cycle rally to Guwahati: অনুসূচীত জাতিৰ লোকসকলক চাফাই কৰ্মীৰ পদত সংস্থাপনৰ দাবী

By

Published : Nov 22, 2021, 10:55 PM IST

thumbnail

অনুসূচীত জাতি চাফাই কৰ্মীৰ সংস্থাপন দাবীৰে (demand to employ SC as sanitation workers) অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ বাবে গুৱাহাটী মহানগৰীলৈ চাইকেল যাত্ৰা (Bycycle Rally) দুই যুৱকৰ ৷ লখিমপুৰৰ দুই হৰিজন সমাজৰ যুৱকে 19 নৱেম্বৰৰ পুৱাৰ ভাগৰ পৰা ৰাজধানী চহৰলৈ আৰম্ভ কৰিছে এক চাইকেল যাত্ৰা ৷ দেওবাৰে বিশ্বনাথ চাৰিআলিত উপস্থিত হয় যুৱকদ্বয় । দিলীপ বাছফোৰ আৰু ৰকি বাছফোৰ নামৰ যুৱক দুজনে অনুসূচীত জাতিৰ অন্তৰ্গত বাছফোৰ, লালবেগী, ভাংগী আদি উপজাতিৰ বিভিন্ন সমস্যা সমাধানৰ হকে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিব৷ উপজাতি কেইটাৰ দীর্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ হকে যুৱকদ্বয়ে চাইকেল যাত্ৰা কৰি সজাগতা সৃষ্টিৰ লগতে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক দাবী জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.