RSS প্ৰধান মোহন ভাগৱতক সাক্ষাৎ কৰাৰ বাবে শিলচৰত উপস্থিত মুখ্যমন্ত্ৰী

By

Published : Jan 31, 2022, 12:20 PM IST

thumbnail

RSS প্ৰধান মোহন ভাগৱতৰ(RSS chief Mohan Bhagwat) লগত সাক্ষাৎ কৰাৰ বাবে শিলচৰ অম্বিকাপট্টিস্থিত সংঘ কাৰ্য্যলয়ত সোমবাৰে পুৱাৰ ভাগত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta visits Silchar to meet RSS chief) ৷ RSS প্ৰধান গৰাকীৰ লগত সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী  শৰ্মা পোনেপোনে গৈ উপস্থিত হ’ব কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভা সমষ্টিত ৷ তাত তেওঁ চিৰি নৈৰ শ্বহীদ নন্দচান্দ দলঙৰ আধাৰশিলা স্থাপন কৰিব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.