গৰুখুটি উচ্ছেদক সাম্প্ৰদায়িক ৰূপ দিবলৈ বিচৰা হৈছে: মুখ্যমন্ত্ৰী

By

Published : Sep 25, 2021, 7:12 PM IST

thumbnail

উচ্ছেদিত ৰাইজক উচটনি দিয়া ৰাজনৈতিক দল কেইটাই হৈছে AIUDF আৰু কংগ্ৰেছ ৷ গৰুখুটিৰ ঘটনাক লৈ এইদৰে মন্তব্য প্ৰকাশ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ তেওঁ কয়, কংগ্ৰেছে অসমীয়াক বিদায় দিব বিচাৰিছে ৷ উচ্ছেদ অভিযানটোক সম্পূৰ্ণ সাম্প্ৰদায়িক ৰূপ দিছে কংগ্ৰেছে ৷ লগতে মাটি দখলৰ বহুত পৰিকল্পনা চলি আছে বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.