তেজপুৰত আনন্দ উচাহৰ মাজত বৰদিন পালন

By

Published : Dec 25, 2021, 11:02 PM IST

thumbnail

সমগ্ৰ দেশৰ লগতে সাংস্কৃতিক নগৰী তেজপুৰৰ সকলো গীৰ্জাঘৰৰ লগতে বিশ্বপ হাউছৰ ডন'বস্কো কেথেড্ৰেল গীৰ্জা বৰদিন পালন কৰা হয় ৷ নিশা ঘড়ীৰ কাটাত ১২ বজাৰ লগে লগে বিশ্বপ হাউছ ডন'বস্কো কেথেড্ৰেল গীৰ্জাতো কেৰল আৰু প্ৰাৰ্থনা অনুষ্ঠিত হয় । আনহাতে বৰদিন উপলক্ষে শনিবাৰে পুৱা তেজপুৰ বিশ্বপ হাউছত অনুষ্ঠিত কৰা হয় বৰদিনৰ বিশেষ প্ৰাৰ্থনা সভা ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.