ভোটাৰক ক'ভিড প্ৰট'কল মানি চলিবলৈ আহ্বান কাছাৰ জিলা প্ৰশাসনৰ

By

Published : Mar 31, 2021, 10:55 PM IST

thumbnail

কৰ'ণা নীতি নিয়ম মানি লৈ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান কাছাৰ জিলা প্ৰশাসনৰ ৷ ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে কাছাৰ জিলা প্ৰশাসন ৷ এই সন্দৰ্ভত কাছাৰৰ জিলা উপায়ুক্ত কীৰ্তি জল্লিয়ে সমূহ ভোটাৰক কৰ‘ণাৰ প্ৰট‘কল মানি চলি ভোটদান কৰিবলৈ আহ্বান জনায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.