নিমাতীঘাটত উপস্থিত DGP ভাস্কৰজ্যোতি মহন্ত

By

Published : Sep 9, 2021, 10:21 AM IST

thumbnail

মাজুলীৰ ভৰলুইতৰ বুকুত বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান ৷ বুধবাৰে নিশাই ঘটনাস্থলীত উপস্থিত হয় মন্ত্ৰী বিমল বৰা ৷ ওৰে নিশা অভিযান চলাৰ পিছত বৃহস্পতিবাৰে পুৱা ঘটনাস্থলীত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ৷ মহন্তই সমগ্ৰ পৰিস্থিতিৰ বুজ লয় ৷ ইফালে চৰকাৰী হিচাপত বৰ্তমান মাত্ৰ 2 গৰাকী যাত্ৰী সন্ধানহীন হৈ থকাৰ তথ্য় পোৱা গৈছে ৷ কিন্তু এই তথ্য কিমান সঠিক, সেয়া বৰ্তমানেও পোহৰলৈ অহা নাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.