জাঁজীমুখত বাঢ়নী পানীত আৱদ্ধ হাতীৰ পোৱালী

By

Published : Sep 2, 2021, 2:11 PM IST

thumbnail

টীয়কৰ জাঁজীমুখত বাঢ়নী পানীত আৱদ্ধ এটা হাতী পোৱালী ৷ আৱদ্ধ হাতীৰ পোৱালীটোক লৈ আতংক ৰাইজৰ মাজত । ৰাইজে হাতী পোৱালীটোক খেদি পঠোৱাৰ চেষ্টা চলাই আছে যদিও বৰ্তমানলৈকে সফল হোৱা নাই । এই সন্দৰ্ভত বন বিভাগক(Forest Department) খবৰ দিয়া হৈছে যদিও এই মুহুৰ্তলৈকে বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত হোৱা নাই । সেয়েহে ৰাইজে নাও লৈ হাতী পোৱালীটো খেদি পঠাবলৈ চেষ্টা অব্যাহত ৰাখিছে । চাওক এই দৃশ্য...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.