ইভিএম বিকল: কাছাৰত পলমকৈ ভোটগ্ৰহণ আৰম্ভ

By

Published : Apr 1, 2021, 1:12 PM IST

thumbnail

ৰাজ্যৰ ৩৯ টা সমষ্টিত পুৱাৰে পৰা অব্যাহত আছে বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ গ্ৰহণ প্ৰক্ৰিয়া । কাছাৰ জিলাৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰতো চলি আছে ভোটদান প্ৰক্ৰিয়া । ইভিএম বিকল হোৱাৰ বাবে কিছুমান ভোটগ্ৰহণ কেন্দ্ৰত আধা ঘণ্টা পলমকৈ আৰম্ভ হয় ভোটগ্ৰহণ । অৱশ্যে শান্তিপূৰ্ণ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হৈছে ভোটদান প্ৰক্ৰিয়া । নিৰ্ধাৰিত নিয়ম মানি ভোটাৰে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.