50 হাজাৰ টকাত নিলাম অসমৰ মনোহৰী গল্ড চাহ

By

Published : Jul 30, 2019, 9:41 PM IST

thumbnail

এক কিলো চাহ পাতৰ মূল্য কিমান হ'ব পাৰে ? ডিব্ৰুগড়ৰ মনোহৰী চাহ বাগিছাৰ প্ৰতি কিলো চাহৰ মূল্য 50 হাজাৰ টকা ৷ মঙলবাৰে গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত সৌৰভ ট্ৰি ট্ৰেডাৰ্চ প্ৰাইভেট লিমিটেডে লগোৱা নিলামত মনোহৰী গল্ড চাহে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি গঢ়িলে নতুন অভিলেখ ৷ চাওঁক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.