অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ নতুন অধ্যক্ষ হ'ল অৰূপ কুমাৰ মিশ্ৰ

By

Published : Sep 28, 2021, 6:03 PM IST

thumbnail

অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ হিচাপে আজি আনুষ্ঠানিকভাৱে যোগদান কৰে অৰূপ কুমাৰ মিশ্ৰই (ARUP Kumar Mishra, chairman) । পৰিষদত যোগদান কৰি তেওঁ ইটিভি ভাৰতৰ আগত কয় যে, পৰিষদত আজি যোগদান কৰিছো । মই দৃঢ় বিশ্বাসী । প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ কৰিবলগীয়া বহু আছে । সুনিৰ্ধাৰিত আঁচনি লৈ আগবাঢ়িব লাগিব । অতি সোনকালে পৰিষদৰ বিষয়া সকলৰ লগত যোগসূত্ৰ স্থাপন কৰিম । তদুপৰি উৎসৱৰ সময়ত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পায় । তাক নিয়ন্ত্ৰণ কৰাৰ বাবে পৰিষদ সাজু থকা বুলি মন্তব্য প্ৰকাশ কৰে অৰূপ কুমাৰ মিশ্ৰই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.