ধিঙলৈ সত্যৰঞ্জন: ছেণ্ডেলৰ মালাৰে আদৰিবলৈ সাজু ধিঙবাসী

By

Published : Dec 8, 2021, 4:20 PM IST

thumbnail

বহু বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা(Right-wing leader Satya Ranjan Borah)ই বুধবাৰে ধিঙলৈ বুলি ৰাওনা হৈছিল । বৰাই পথত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান(Batadrava Than)ত সেৱা লৈ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম(Satya Ranjan Borah meet aminul islam)ৰ বাসগৃহ অভিমুখে ৰাওনা হৈছিল যদিও ইতিমধ্যে আদবাটতে আৰক্ষীয়ে আটক কৰিছে হিন্দুত্ববাদী নেতাগৰাকীক ৷ ইফালে বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই গুৰুজনাৰ জন্মস্থানত সেৱা কৰি ধিংলৈ ৰাওনা হোৱাৰ পথত কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য । ইপিনে সত্যৰঞ্জন বৰাক আদৰিবলৈ চেণ্ডেলৰ মালালৈ সাজু হৈ আছে ধিঙবাসী ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.