আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মুকলি বিহু

By

Published : Apr 18, 2021, 4:10 PM IST

thumbnail

আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আউনীআটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা হৈছে মুকলি বিহু ৷ এই অনুষ্ঠানত শিল্পী প্ৰবীণ বৰুৱা, পবিত্ৰ নেওগ, কাজু গগৈ, কৌশিক গগৈ, অংকুৰ গগৈ, প্ৰিয়ংকা বড়োক সম্বৰ্ধনা জনোৱা হয় । এই মুকলি বিহু অনুষ্ঠানতে ৰুচেংৰি সাংস্কৃতিক গোষ্ঠীয়ে অনুষ্ঠিত কৰা বিহুৰ কৰ্মশালাৰ বিহু নৃত্য প্ৰদৰ্শন কৰা হয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.