নিৰ্বাচনৰ পূৰ্বে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী

By

Published : Oct 9, 2020, 10:35 PM IST

Updated : Oct 9, 2020, 10:41 PM IST

thumbnail

খানাপাৰা প্ৰশাসনিক মহাবিদ্যালয়ত ছয় জনগোষ্ঠীৰ নেতৃত্বৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত বহে চৰকাৰ ৷ নেডাক আহ্বায়ক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা বৈঠকত, কোচ ৰাজবংশী সকলৰ জনজাতিকৰণৰ বিষয়টোৰ আলোচনাক যোগাত্মক আলোচনা বুলি কয়, কোচ ৰাজবংশী সংগঠনৰ বিষয়ববীয়া তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীয়ে ৷ কোচ ৰাজবংশী সকলৰ ওপৰিও চাহ জনগোষ্ঠীৰ নেতৃবৃন্দয়ো অংশগ্ৰহণ কৰে বৈঠক খনত ৷ তেওঁলোকৰো স্পষ্টীকৰণ, জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে পদক্ষেপ লৈছে ৷ নিৰ্বাচনৰ পূৰ্বে সকলো সমাপ্ত কৰাৰ দাবী তেওঁলোকৰ ৷

Last Updated : Oct 9, 2020, 10:41 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.