পাথাৰকান্দিত আশীৰোৰ্ধ্বৰ লোকৰ ভোটদান

By

Published : Apr 1, 2021, 7:35 PM IST

thumbnail

ৰাজ্যত অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বৰাক উপত্যকাতো নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ পুৱাৰে পৰা ভোটকেন্দ্ৰ সমূহত লানি পাতে বহু লোকে ৷ ভোটগ্ৰহণৰ মাজতে কৰিমগঞ্জৰ পাথাৰকান্দিত ভোটদান কৰিবলৈ ভোটকেন্দ্ৰলৈ আহিল কেইবাজনো আশীৰোৰ্ধ্বৰ লোক ৷ হুইল চেয়াৰত বহি ভোটকেন্দ্ৰত উপস্থিত হৈ অন্য ভোটাৰৰ লগতে ভোটদান কৰে বয়োজ্যেষ্ঠ লোকসকলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.