৭৮ নং গহপুৰ বিধানসভা সমষ্টিবাসীৰ মনৰ কথাৰে আজিৰ জনতাৰ কণ্ঠ-

By

Published : Mar 26, 2021, 2:29 PM IST

thumbnail

ৰাজ্যৰ এটা অতি গুৰুত্বপূৰ্ণ সমষ্টি হৈছে ৭৮ নং গহপুৰ বিধানসভা সমষ্টি ৷ বিজেপিৰ দখলত থকা সমষ্টিটোৰ বিধায়ক উৎপল বৰা ৷ উত্তৰ অসমৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি গহপুৰ য’ত প্ৰাক্তন মন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছ সভাপতি পত্নী মণিকা বৰাক যোৱা ২০১৬ চনৰ নিৰ্বাচনত পৰাজয় কৰি জয় হৈছিল বিজেপি বিধায়ক উৎপল বৰা ৷ ইফালে এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা সৈতে নিৰ্বাচনী যুজঁত অবতীৰ্ণ হ’ব বিধায়ক উৎপল বৰা ৷ বিধায়ক উৎপল বৰাৰ কাৰ্যকালত ৭৮ নং গহপুৰ বিধানসভা সমষ্টিবাসী ৰাইজে কি পালে, কি হেৰুৱালে ? বিজেপি চৰকাৰৰ পাঁচ বছৰৰ শাসন কালক লৈ ৭৮ নং গহপুৰ বিধানসভা সমষ্টিবাসীৰ সাধাৰণ ভোটাৰ ৰাইজ সন্তুষ্ট নে ? কি আশা-প্ৰত্যাশা তেওঁলোকৰ ? সকলো দিশ সামৰি সবিশেষ চাওঁক এই সংখ্যাৰ জনতাৰ কণ্ঠত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.