শেহতীয়াকৈ সাংবাদিকৰ কেমেৰাত বন্দী বলীউডৰ তাৰকাসকল...

By

Published : Oct 5, 2021, 11:20 AM IST

thumbnail

অভিনেতা কাৰ্তিক আৰিয়ান(Kartik Aaryan)ৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ অভিনেত্ৰী নীতু কাপুৰ(Neetu Kappor)লৈকে বলীউড তাৰকাসকলক মুম্বাইত প্ৰত্যক্ষ কৰা হৈছে ৷ যেনে- কাৰ্তিকক আন্ধেৰীৰ টি-চিৰিজ অফিচৰ বাহিৰত দেখা পোৱা গৈছে ৷ আহিবলগীয়া ‘Bhool Bhulaiyaa 2’ ছবিখনত দেখিবলৈ পোৱা যাব কাৰ্তিকক ৷ ফ্ল’ৰেল ড্ৰেছ পৰিহিতা অভিনেত্ৰী অনুষ্কা শৰ্মা(Anushka Sharma)ও বন্দী হৈছে সাংবাদিকৰ কেমেৰাত ৷ বলীউডৰ জ্যেষ্ঠ অভিনেত্ৰী নীতু কাপুৰক বান্দ্ৰাত দেখা পোৱাৰ বিপৰীতে অভিনেত্ৰী পূজা হেগড়ে(Pooja Hegde)ক মুম্বাই বিমানবন্দৰত দেখিবলৈ পোৱা গৈছে ৷ এটা ধুনীয়া ড্ৰেছৰ সৈতে এটা ব্লেজাৰত দেখিবলৈ আকৰ্ষণীয় হৈ পৰে পূজা ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.