কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ ম'বাইলে-ম'বাইলে ঋত্বিক ৰোশনৰ ভাইৰেল ভিডিঅ'!

By

Published : Nov 10, 2019, 7:22 PM IST

thumbnail

শেহতীয়াকৈ চ'ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বলীউডৰ জনপ্ৰিয় অভিনেতা ঋত্বিক ৰোশনৰ এটা ডাঞ্চ ভিডিঅ' ৷ য'ত অভিনেতাগৰাকীয়ে কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতে নৃত্য কৰি থকা পৰিলক্ষিত হৈছে ৷ অভিনেতা তথা নৃত্যশিল্পী গৰাকীয়ে কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতে ঘুংগুৰু গীতটোত নৃত্য প্ৰদৰ্শন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.