ৰংঘৰৰ বাকৰিত বলীউড অভিনেত্ৰী কৰিশ্মা তন্না

By

Published : Jan 23, 2020, 9:16 PM IST

thumbnail

শিৱসাগৰত বলীউডৰ মোহময়ী অভিনেত্ৰী কৰিশ্মা তন্না ৷ অসম পৰ্যটনৰ বাবে নিৰ্মাণ কৰা এখন বিশেষ তথ্য চিত্ৰৰ বাবে এটা বিশাল গোটৰ সৈতে ৰংঘৰ বাকৰিত আহি উপস্থিত হৈছে কৰিশ্মা তন্না । অসমত অনুষ্ঠিত হ'ব লগা ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানত প্ৰদৰ্শন কৰা হ'ব এই বিশেষ তথ্য চিত্ৰ । সঞ্জু, গ্ৰেণ্ড মস্তি আদিকে ধৰি কেইবাখনো ছবিত অভিনয় কৰা অভিনেত্ৰী গৰাকীয়ে বিগত দুটা দিনত শিৱসাগৰ জিলাৰ বিভিন্ন মনোৰম লোকেচনত এই তথ্য চিত্ৰ খনৰ শ্বুটিঙ কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.