Thief arrested: মহানগৰীত বৃদ্ধি চোৰৰ উপদ্ৰৱ

By

Published : Aug 2, 2023, 4:28 PM IST

thumbnail

গুৱাহাটী,২ আগষ্ট: মহানগৰীত চোৰৰ টিঘিল ঘিলনি । বশিষ্ঠৰ এজন অধিবক্তাৰ বাসগৃহত নিশা চোৰে চলালে উপদ্ৰব । পিছে চি চি কেমেৰাত চুৰি কাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হোৱাৰ পিছত ৰাইজৰ সহায়ত আটক কৰা হয় জনৈক ৰাভা নামৰ চোৰটোক । ইতিমধ্যে কেমেৰাৰ আগত চুৰি কৰিবলৈ অহা বুলি স্বীকাৰ কৰে চোৰটোৱে ।  

ফিৰোজ খান নামৰ অধিবক্তাজনৰ বাসগৃহত চোৰ কৰিবলৈ আহিছিল চোৰটো । অধিবক্তাজনৰ বাসগৃহৰ পৰা ৰড চুৰি কৰাৰ কথা স্বীকাৰ কৰে চোৰটোৱে । ইফালে ইয়াৰ পূৰ্বেও একেটা বাসগৃহৰ পৰা চুৰি কৰা ৰড এটা ডেম্পত বিক্ৰী কৰা বুলিও জানিবলৈ দিয়ে চোৰটোৱে । সম্প্ৰতি বশিষ্ঠ আৰক্ষীক গতাই দিয়া চোৰটোক জেৰা অব্যাহত ৰাখি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । 

লগতে পঢ়ক: Fit India Quiz 2022 : সৰ্বভাৰতীয় পৰ্যায়ত উজলিল কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষাৰ্থী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.