strike for not receiving salaries: পুনৰ বন্ধ মাজুলী অফলামুখ নিমাতি ফেৰী সেৱা

By

Published : Oct 14, 2022, 11:07 AM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

পুনৰ এবাৰ বন্ধ হ’ল মাজুলী অফলামুখ নিমাতি ফেৰী সেৱা (Majuli Nimati ferry service closed) ৷ কেইবাঘ্টাৰ বাবে স্থবিৰ হৈ পৰিল মাজুলী অফলামুখ নিমাতি ফেৰী সেৱা ৷ কৰ্মচাৰীয়ে সময়মতে দৰমহা লাভ নকৰাৰ বাবেই ফেৰী সেৱা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ দৰমহা বঞ্চিত কৰ্মচাৰীৰ (Ferry services closed for employees not receiving salaries on time) ৷ ৰ'পেস্ক আৰু জাহাজৰ কৰ্মচাৰীয়ে সময়মতে দৰমহা নাপায় গ্ৰহণ কৰে এই ধৰ্মঘট কাৰ্যসূচীৰ ৷ কৰ্মচাৰীসকলে ৫মাহে দৰমহা নোপোৱাৰ অভিযোগ উত্থাপন কৰে ডলফিন কম্পেনিৰ বিৰুদ্ধে ৷ ৰেম্পৰ অভাৱত বন্ধ এক ইঞ্জিন যুক্ত ফেৰীসেৱা ৷ ইফালে ফেৰী ঘাটত পুৱাৰে পৰা শ শ যাত্ৰীৰ ভিৰ দেখিবলৈ পোৱা গৈছে ৷

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.