বিহালীৰ বটিয়ামাৰীত গঁড়ৰ মুক্ত বিচৰণ

By

Published : May 30, 2022, 7:35 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail

বিহালীৰ বটিয়ামাৰী গাঁও পঞ্চায়ত অন্তৰ্গত বৰাজুলিত গঁড়ৰ মুক্ত বিচৰণ (Rhino roaming at Behali)৷ বুৰৈ পথাৰত সোমবাৰে পুৱাই গঁড়টো প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷ খাদ্যৰ সন্ধানত কাজিৰঙাৰ পৰা গড়টো ওলাই অহা বুলি সন্দেহ কৰা হৈছে । ইয়াৰোপৰি ৰাংছালী, বিহালী, ৰৌমাৰী আৰু বটিয়ামাৰীকে আদি অঞ্চলসমূহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ (Kaziranga National Park) পৰা উলাই অহা বিভিন্ন বনৰীয়া জীৱ-জন্তুৱে সন্ত্ৰাস চলাই আহিছে । অঞ্চলকেইটা বনৰীয়া হাতী, বাঘ, গাহৰি আৰু শেহতীয়াকৈ গঁড়ৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে গঞা ।

Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.