Rhino roam free at Pav Reserved Forest:পাভ সংৰক্ষিত বনাঞ্চলত গঁড়ৰ মুক্ত বিচৰণ

By

Published : Jan 17, 2023, 2:07 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

পাভ সংৰক্ষিত বনাঞ্চলত গঁড়ৰ মুক্ত বিচৰণ (Rhino roam free at Pav Reserved Forest)। মংগলবাৰৰ পুৱাৰ ভাগত বনাঞ্চলৰ পৰা ওলাই আহি আধাখনা অঞ্চলত গঁড়টোৱে মুক্ত বিচৰণ কৰা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে । সম্প্ৰতি গঁড়টোৱে আৱাসিক অঞ্চলত অৱস্থান লোৱা বুলি জানিব পৰা গৈছে । উক্ত অঞ্চলত আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতিৰ তদাৰক কৰি আছে । ইফালে মফিজুল ইছলাম নামৰ এজন লোক গঁড়টোৰ আক্ৰমণৰ বলি হোৱা বুলি জানিব পৰা গৈছে । 

Last Updated : Feb 3, 2023, 8:39 PM IST

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.