Pre-Christmas celebration: বকোত আগতীয়া বৰদিন উদযাপন

By

Published : Dec 24, 2022, 1:53 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

বিশ্বৰ বিভিন্ন স্থানত ইতিমধ্যে আৰম্ভ হৈছে পৱিত্ৰ বৰদিন উদযাপনৰ প্ৰস্তুতি(Preparations for the holy Christmas celebration) । সমান্তৰালকৈ অসমৰ বিভিন্ন স্থানৰ লগতে বকোতো ইতিমধ্যে 'প্ৰি খ্ৰীষ্টমাছ' উদযাপন কৰা পৰিলক্ষিত হৈছে । শুক্ৰবাৰে নিশা বকোস্থিত ডনবস্ক' স্কুলৰ চৌহদত উদযাপন কৰা হয় 'প্ৰি খ্ৰীষ্টমাছ'(Pre-Christmas celebration at Donbosco School in Boko) । ছাণ্টাক্ল'জৰ নৃত্যৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয় নিশাৰ শীতল কুঁৱলীৰ আৱৰণ মাজত । ছেইন্ট জন বস্ক' পাৰিচৰ উদ্যোগত উদযাপন কৰা হয় 'প্ৰি খ্ৰীষ্টমাছ' ।

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.