Gujrat Assembly Election : সাইলাখ প্ৰধানমন্ত্ৰী মোডী, আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এজন বিশেষ লোক

By

Published : Nov 29, 2022, 5:05 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

প্ৰধানমন্ত্ৰী মোডীৰ গৃহৰাজ্যত নিৰ্বাচনী বতাহ (Gujrat assembly election)৷ সমগ্ৰ দেশৰ দ্বায়িত্বত থকাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে গুজৰাটবাসীক বিশেষ সময় দিব পৰা নাই ৷ অৱশ্যে নাম নৰেন্দ্ৰ মোডী নহ’লে, মোডীৰ সাইলাখ এজন লোক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰাজ্যখনত ৷ বেশভূষা, সাজ-পাৰ, দাঢ়িৰ ষ্টাইল-ৰং আদিৰ ফালৰ পৰা চাবলৈ গ’লে যেন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মো়ডীয়েই সাধাৰণ জনতাৰ মাজত নিৰাপত্তাৰক্ষীৰ অবিহনেই সময় পাৰ কৰিছে ৷ বহু লোকে নৰেন্দ্ৰ মোডীসদৃশ লালজী দেৱৰীয়া নামৰ লোকজনৰ লগত ছেলফি উঠিবলৈও হেতাওপৰা লগোৱা দেখা গ’ল বহু নিৰ্বাচনী সভাত (Modi lookalike Lalji Devaria)৷

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.